9 যি হৈ গ’ল, সেয়ে পুনৰ হ’ব;
যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব;
সূৰ্যৰ তলত নতুন একোৱেই নাই।
10 এনে কিবা আছেনে, যাৰ বিষয়ে মানুহে ক’ব পাৰে যে,
‘চোৱা এইটো নতুন’?
যি যি বিদ্যমান, ইতিমধ্যে বহু দিন ধৰি আছিল,
আমাৰ যুগৰ আগতেও বিদ্যমান আছিল।

+581 estão orando agora.
Junte-se à corrente de oração.