1 ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া;
কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
3 সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক;
কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
1 ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া;
কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
3 সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক;
কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।