13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;
কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
17 যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;
কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;
কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
17 যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;
কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।