18 বিনাশৰ আগত অহংকাৰ আহে,
আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
19 অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ,
দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
18 বিনাশৰ আগত অহংকাৰ আহে,
আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
19 অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ,
দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
+581 estão orando agora.
Junte-se à corrente de oração.