Pular para o conteúdo
Publicidade

হিতোপদেশ 18:2,13,17

2 অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়,

কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।

13 যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে,

সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।

17 যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে;

তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.