20 নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়;
আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
21 জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে;
আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
20 নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়;
আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
21 জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে;
আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
+581 estão orando agora.
Junte-se à corrente de oração.