13 সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা;
কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14 তুমি যদি তাক চেকনীৰে কোবোৱা,
তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।
13 সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা;
কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14 তুমি যদি তাক চেকনীৰে কোবোৱা,
তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।