22 তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা,
আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
23 সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা;
প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
22 তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা,
আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
23 সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা;
প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।