13 হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল,
আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14 তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে
তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে,
আৰু তোমাৰ আশা খণ্ডন কৰা নহব।