3 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক;
দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা,
আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4 তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত
অনুগ্ৰহ আৰু সুযশস্যা পাবা।