7 তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8 ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
7 তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8 ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।