গুণৱতী স্ত্ৰীৰ বৰ্ণনা।
10 প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়?
মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
11 তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে,
আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
12 তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।

+581 estão orando agora.
Junte-se à corrente de oração.