Pular para o conteúdo
Publicidade

হিতোপদেশ 6:6-8

6 হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা,

সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।

7 সিহঁতৰ কোনো অধিপতি,

কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,

8 তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়,

আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.