32 এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা;
কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33 মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা;
ইয়াক অৱজ্ঞা নকৰিবা।
32 এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা;
কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33 মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা;
ইয়াক অৱজ্ঞা নকৰিবা।