3 তুমি যদি বুজিবৰ বাবে কান্দা;
আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
5 তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা,
আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।
3 তুমি যদি বুজিবৰ বাবে কান্দা;
আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
5 তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা,
আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।