31 উগ্র ব্যক্তিক ভয় নকৰিবা;
বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
32 কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়;
কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
31 উগ্র ব্যক্তিক ভয় নকৰিবা;
বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
32 কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়;
কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।