5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত,
তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা;
নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত,
তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা;
নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।