27 কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত,
জুই ৰাখিব পাৰে নে?
28 কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ,
জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29 সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়,
সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।

+581 estão orando agora.
Junte-se à corrente de oração.