10 কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে;
তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
11 মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ;
এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
10 কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে;
তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
11 মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ;
এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।