28 সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে,
তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
29 তেওঁ ধুমুহাক প্রশমিত কৰে,
তাৰ ঢৌবোৰক শান্ত কৰে।
30 সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে;
তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।

+581 estão orando agora.
Junte-se à corrente de oração.