Publicidade

Salmos 117

1 হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা;

হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।

2 কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম,

যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-15_21-32-39-