Pular para o conteúdo
Publicidade

গীতমালা 11:4-7

4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;

তেওঁৰ সিংহাসন স্বর্গতে আছে।

তেওঁ মানুহলৈ চাই থাকে,

তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।

5 যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;

কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।

6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;

তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।

7 যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;

সৎ লোকে তেওঁৰ মুখ দেখা পাব।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.