147 মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ;
তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
148 ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,
যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
147 মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ;
তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
148 ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,
যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।