Pular para o conteúdo
Publicidade

গীতমালা 127:1,2

চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত

1 যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা;

যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।

2 মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা,

আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা;

কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে127:2 তেওঁ যি পাবলগীয়া, সেয়া তেওঁ নিদ্রাত থাকোতে পায়।।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.