দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
1 ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,
যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
1 ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,
যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
+581 estão orando agora.
Junte-se à corrente de oração.