11 যদি মই কওঁ, "আন্ধাৰে মোক ঢাকিব
আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;
12 বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে;
বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়;
তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।

+581 estão orando agora.
Junte-se à corrente de oração.