17 হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!
18 যদি মই সেইবোৰ গণনা কৰিব বিচাৰো,
তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়;
মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।

+581 estão orando agora.
Junte-se à corrente de oração.