Publicidade

Salmos 139

7 তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ?

তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?

8 যদি স্বৰ্গত গৈ উঠো, তাতো তুমি;

যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা।

Veja também

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-