দায়ুদৰ দ্বাৰা ৰচিত প্ৰশংসাৰ গীত।
1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম;
যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
2 মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম,
আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।