Pular para o conteúdo
Publicidade

গীতমালা 145:15,16

15 সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে;

তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;

16 তুমি তোমাৰ হাত মেলা

আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.