18 যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে,
সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে,
যিহোৱা সেই সকলো লোকৰে ওচৰ।
19 যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে।
তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।

+581 estão orando agora.
Junte-se à corrente de oração.