1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
2 হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা;
হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
3 হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা;
হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!