12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল,
তেওঁৰ প্ৰশংসা কৰা!
13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক;
কিয়নো কেৱল তেওঁৰেই নাম মহান;
তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
12 হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল,
তেওঁৰ প্ৰশংসা কৰা!
13 এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক;
কিয়নো কেৱল তেওঁৰেই নাম মহান;
তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।