2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা;
তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ,
মই তেওঁতে আশ্ৰয় লৈছোঁ;
তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং,
মোৰ উচ্চ আশ্রয়স্থান।
2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা;
তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ,
মই তেওঁতে আশ্ৰয় লৈছোঁ;
তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং,
মোৰ উচ্চ আশ্রয়স্থান।