35 তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা;
তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে;
তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
36 তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা;
তাতে মোৰ ভৰি পিছলি নগল।
35 তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা;
তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে;
তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
36 তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা;
তাতে মোৰ ভৰি পিছলি নগল।