4 হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;
তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;
কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ;
ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
4 হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;
তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;
কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ;
ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।