4 হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;
তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
5 তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;
কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ;
ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
8 যিহোৱা মঙ্গলময় আৰু সৎ;
সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
9 তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়,
তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।