20 আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে;
তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
21 আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
22 হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক,
কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।