18 সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,
আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
19 সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,
আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
18 সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,
আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।
19 সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,
আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
+581 estão orando agora.
Junte-se à corrente de oração.