25 মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো;
কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা,
নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
26 ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে;
তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।