28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,
তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;
অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;
কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
28 কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,
তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;
অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;
কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।