30 ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,
তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
31 তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;
তেওঁলোকৰ ভৰি পিছলি নাযায়।
30 ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,
তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
31 তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;
তেওঁলোকৰ ভৰি পিছলি নাযায়।
+581 estão orando agora.
Junte-se à corrente de oração.