34 যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা;
তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।
দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।