Pular para o conteúdo
Publicidade

গীতমালা 37:5-7

5 তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;

তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।

6 তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;

তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।

7 যিহোৱাৰ আগত শান্ত হোৱা;

ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা।

যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.