প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত।
1 মই কৈছিলোঁ, "মই মোৰ পথত সাৱধানে চলিম;
যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ;
যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।"
1 মই কৈছিলোঁ, "মই মোৰ পথত সাৱধানে চলিম;
যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ;
যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।"
+581 estão orando agora.
Junte-se à corrente de oração.