4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে,
তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ
পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।