18 যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন,
তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
19 কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে;
তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
18 যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন,
তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
19 কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে;
তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।