3 মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ;
তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা,
কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।