10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;
আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
11 এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;
আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।