11 বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক;
যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে,
তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।